Assamese numbers in letters অসমীয়া সংখ্যা আখৰেৰে লিখা অসমীয়া সংখ্যা আখৰেৰে লিখা 8 Apr 2023 অসমীয়া সংখ্যা ১ ৰ পৰা ১০০ লৈ আখৰেৰে লিখোঁ আহক ১ এক ২ দুই ৩ তিনি ৪ চাৰি ৫ পাঁচ ৬ ছয় ৭ সাত ৮ আঠ ৯ ন ১০ দহ ১১ এঘাৰ ১২ বাৰ ১৩ তেৰ ১৪ চৈধ্য ১৫...