About Us

Our identity

This is our small attempt to better establish Assam and Assamese people in digital media.  The world of the Internet is vast.  Any information can be found instantly if you search here.  However, the information available about Assam and the Assamese people is limited.  This website is dedicated to providing accurate information to the people who loves Assam and Assamese in the world of Internet for a better future of Assamese people and language. It is not possible to make all the information about Assam and Assamese available in one day.  This requires a well-planned plan and concentration.  www.akotr.com has been launched with the aim of making this process more dynamic.  The purpose of naming this website AKOTR (একত্ৰ) is to bring together all the information.  Your cooperation and advice is essential to ensure that our goals and objectives are not hampered.  You can provide your suggestions via our e-mail - roseappledeveloper@gmail.com or the Facebook page at contact us.

   We hope you will benefit from using our services.

Thank you.

Team

www.akotr.com

আমাৰ পৰিচয়
অসমীয়া ভাষা ডিজিটেল মাধ্যমত অধিক সুপ্ৰতিষ্ঠিত কৰিব বাবে আমাৰ এক সৰু প্ৰয়াস। ইণ্টাৰনেটৰ পৃথিৱী খন বৰ বিশাল। ইয়াত বিচাৰিলে  যিকোনো তথ্য নিমিষতে বিচাৰি পোৱা যায়। কিন্তু অসমীয়া ভাষাত উপলব্ধ তথ্য সীমিত। অসমীয়া ভাষাৰ এক সুন্দৰ ভবিষ্যতৰ বাবে ইণ্টাৰনেটৰ পৃথিৱীত সক্ৰিয় ৰূপত প্ৰতিষ্ঠা লাভ কৰিবলৈ অসমীয়া ভাষা প্ৰেমী লোক সকলে অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ অসমীয়া লিখনি তেওঁলোকৰ নিজস্ব ৱেবচাইটত প্ৰকাশিত কৰিছে। সকলো তথ্য অসমীয়াত উপলব্ধ কৰিবলৈ এদিনতে সম্ভৱ নহয়। ইয়াৰ বাবে এক সু পৰিকল্পিত আঁচনি আৰু একাগ্ৰতাৰে কাৰ্য কৰিব পাৰিব লাগিব। এই প্ৰক্ৰিয়াক অধিক গতিশীল ৰূপত আগবঢ়াই নিয়াৰ উদ্যেশৰে www.akotr.com ৰ মুকলি কৰা হৈছে। এই ৱেবছাইটক একত্ৰ নাম দিয়াৰ উদেশ্য হল সকলো তথ্য অসমীয়া ভাষাত একত্ৰিত কৰা। আমাৰ লক্ষ্য আৰু উদ্দেশ্যত যাতে কোনোধৰণৰ বাধা আহি নপৰে তাৰ বাবে আপোনালোকৰ সহযোগিতা আৰু পৰামৰ্শ অতিকৈ প্ৰয়োজন। আপোনালোকৰ পৰামৰ্শ আমাৰ e-mail - roseappledeveloper@gmail.com বা contact us ত থকা ফেচবুকৰ পেজ জৰিয়তে প্ৰদান কৰিব পাৰে।
  আশাকৰোঁ আপোনালোকে আমাৰ সেৱা ব্যৱহাৰ কৰি উপকৃত হব।
ধন্যবাদ।
Team
একত্ৰ www.akotr.com