অসমীয়া সংখ্যা আখৰেৰে লিখা

অসমীয়া সংখ্যা আখৰেৰে লিখা

অসমীয়া সংখ্যা ১ ৰ পৰা ১০০ লৈ আখৰেৰে লিখোঁ আহক

Assamese numbers


  1. ১ এক
  2. ২ দুই
  3. ৩ তিনি
  4. ৪ চাৰি
  5. ৫ পাঁচ
  6. ৬ ছয়
  7. ৭ সাত
  8. ৮ আঠ
  9. ৯ ন
  10. ১০ দহ
  11. ১১ এঘাৰ
  12. ১২ বাৰ
  13. ১৩ তেৰ
  14. ১৪ চৈধ্য 
  15. ১৫ পোন্ধৰ  
  16. ১৬ ষোল্ল
  17. ১৭ সোতৰ
  18. ১৮ ওঠৰ
  19. ১৯ ঊনৈশ 
  20. ২০ বিশ
  21. ২১ একৈশ
  22. ২২ বাইশ
  23. ২৩ তেইশ
  24. ২৪ চৌব্বিশ
  25. ২৫ পচিশ
  26. ২৬ ছাব্বিশ
  27. ২৭ সাতাইশ
  28. ২৮ আঠাইশ
  29. ২৯ ঊনত্ৰিশ
  30. ৩০ ত্ৰিশ
  31. ৩১ একত্ৰিশ
  32. ৩২ বত্ৰিশ
  33. ৩৩ তেত্ৰিশ
  34. ৩৪ চৌত্ৰিশ
  35. ৩৫ পয়ত্ৰিশ
  36. ৩৬ ছয়ত্ৰিশ
  37. ৩৭ সাতত্ৰিশ
  38. ৩৮ আঠত্ৰিশ
  39. ৩৯ ঊনচল্লিশ
  40. ৪০ চল্লিশ
  41. ৪১ একচল্লিশ
  42. ৪২ বিয়াল্লিশ
  43. ৪৩ তিয়াল্লিশ
  44. ৪৪ চৌৱাল্লিশ
  45. ৪৫ পঞ্চল্লিশ
  46. ৪৬ ছয়চল্লিশ
  47. ৪৭ সাতচল্লিশ
  48. ৪৮ আঠচল্লিশ
  49. ৪৯ ঊনপঞ্চাশ
  50. ৫০ পঞ্চাশ
  51. ৫১ একাৱন
  52. ৫২ বাৱন
  53. ৫৩ তেৱন
  54. ৫৪ চৌৱন
  55. ৫৫ পঁচপন
  56. ৫৬ ছাপন
  57. ৫৭ সাতাৱন
  58. ৫৮ আঠাৱন
  59. ৫৯ উনষাঠি
  60. ৬০ ষাঠি
  61. ৬১ একষষ্ঠি
  62. ৬২ বাষষ্ঠি
  63. ৬৩ তেষষ্ঠি
  64. ৬৪ চৌষষ্ঠি
  65. ৬৫ পঁয়ষষ্ঠি
  66. ৬৬ ছয়ষষ্ঠি
  67. ৬৭ সাতষষ্ঠি
  68. ৬৮ আঠষষ্ঠি
  69. ৬৯ উনসত্তৰ
  70. ৭০ সত্তৰ
  71. ৭১ একসত্তৰ
  72. ৭২ বাসত্তৰ
  73. ৭৩ তেসত্তৰ
  74. ৭৪ চৌসত্তৰ
  75. ৭৫ পঁয়সত্তৰ
  76. ৭৬ ছয়সত্তৰ
  77. ৭৭ সাতসত্তৰ
  78. ৭৮ আঠসত্তৰ
  79. ৭৯ ঊনাশী
  80. ৮০ আশী
  81. ৮১ একাশী
  82. ৮২ বিৰাশী
  83. ৮৩ তিৰাশী
  84. ৮৪ চৌৰাশী
  85. ৮৫ পঁচাশী
  86. ৮৬ ছিয়াশী
  87. ৮৭ সাতাশী
  88. ৮৮ আঠাশী
  89. ৮৯ উন্‌নব্বৈ
  90. ৯০ নব্বৈ
  91. ৯১ একানব্বৈ
  92. ৯২ বিৰানব্বৈ
  93. ৯৩ তিৰানব্বৈ
  94. ৯৪ চৌৰানব্বৈ
  95. ৯৫ পচানব্বৈ
  96. ৯৬ ছিয়ানব্বৈ
  97. ৯৭ সাতানব্বৈ
  98. ৯৮ আঠানব্বৈ
  99. ৯৯ নিৰানব্বৈ
  100. ১০০ একশ / এশ


ঠিক তেনেকৈ ১০১ ক এশ এক আৰু ১০২ ক এশ দুই লিখা হয়।





ad

ad

ad

ad