Assamess month's name || অসমীয়া বাৰমাহৰ নাম আৰু ইংৰাজী বাৰমাহৰ নাম

Assamess month's name || অসমীয়া বাৰমাহৰ নাম আৰু ইংৰাজী বাৰমাহৰ নাম

 অসমীয়া বাৰমাহৰ নাম আৰু ইংৰাজী বাৰমাহৰ নাম

Assamese month's name


অসমীয়া বৰ্ষপঞ্জি বা অসমীয়া কেলেণ্ডাৰৰ মুঠ মাহৰ সংখ্যা ১২ টা। অসমীয়া বৰ্ষপঞ্জীৰ বা অসমীয়া কেলেণ্ডাৰৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

১) ব'হাগ মাহ ( এপ্ৰিল- মে)
২) জেঠ মাহ ( মে- জুন )
৩) আহাৰ মাহ ( জুন- জুলাই )
৪) শাওণ মাহ ( জুলাই- আগষ্ট )
৫) ভাদ মাহ ( আগষ্ট - ছেপ্টেম্বৰ )
৬) আহিন মাহ ( ছেপ্টেম্বৰ - অক্টোবৰ)
৭) কাতি মাহ ( অক্টোবৰ - নৱেম্বৰ)
৮) আঘোণ মাহ ( নৱেম্বৰ - ডিচেম্বৰ)
৯) পুহ মাহ ( ডিচেম্বৰ - জানুৱাৰী)
১০) মাঘ মাহ ( জানুৱাৰী - ফেব্ৰুৱাৰী)
১১) ফাগুন মাহ ( ফেব্ৰুৱাৰী - মাৰ্চ )
১২) চ’ত মাহ ( মাৰ্চ- এপ্ৰিল)

পুৰণি ৰোমান কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি আধুনিক গ্ৰেগৰিয়ান কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বত গ্ৰেগৰিয়ান কেলেণ্ডাৰক আন্তজাৰ্তিকভাৱে গ্ৰহন কৰা হৈছে। গ্ৰেগৰিয়ান কেলেণ্ডাৰত উল্লেখ কৰা মাহ বোৰক ইংৰাজী বাৰমাহ হিচাপে ধৰা হয়।
ইংৰাজী বাৰ মাহ তলত দিনৰ সৈতে উল্লেখ কৰা হল।
১) জানুৱাৰী ( পুহ - মাঘ )
মুঠ দিন - ৩১ দিন
২) ফেব্ৰুৱাৰী ( মাঘ - ফাগুন )
মুঠ দিন - ২৮ দিন, ২৯ দিন লিপ ইয়েৰ ( প্ৰতি চাৰি বছৰৰ মূৰে মূৰে)
৩) মাৰ্চ ( ফাগুন- চত)
মুঠ দিন - ৩১ দিন
৪) এপ্ৰিল ( চত - বহাগ )
মুঠ দিন - ৩০ দিন
৫) মে ( বহাগ - জেঠ)
মুঠ দিন - ৩১ দিন
৬) জুন ( জেঠ - আহাৰ)
মুঠ দিন - ৩০ দিন
৭) জুলাই ( আহাৰ - শাওন)
মুঠ দিন - ৩১ দিন
৮) আগষ্ট ( শাওন- ভাদ)
মুঠ দিন - ৩১ দিন
৯) ছেপ্টেম্বৰ
মুঠ দিন - ৩০ দিন
১০) অক্টোবৰ (আহিন - কাতি)
মুঠ দিন - ৩১ দিন
১১) নৱেম্বৰ ( কাতি - আঘোণ)
মুঠ দিন - ৩০ দিন
১২) ডিচেম্বৰ (আঘোণ - পুহ)
মুঠ দিন - ৩১ দিন

ad

ad

ad

ad