
বিপৰীতার্থক শব্দ বা বিপৰীত শব্দ || Antonyms meaning in Assamese
বিপৰীতার্থক শব্দ বা বিপৰীত শব্দ
১) একোটা শব্দই যি ভাৱ বা অর্থ প্রকাশ কৰে, ঠিক
তাৰ বিপৰীত ভাৱ বা অর্থ প্রকাশ কৰা শব্দকে বিপৰীতার্থক শব্দ বা বিপৰীত শব্দ বােলে।
২) বিশ্বৰ প্ৰায় সকলো ভাষাতে বিপৰীত শব্দ থাকে।
৩) বিপৰীত শব্দক ইংৰাজীত Antonyms বোলা হয়।
৪) বিপৰীত শব্দৰ ক্ষেত্ৰত অসমীয়া ভাষা চহকী হিচাপে গণ্য কৰিব পাৰি।
৫) বিপৰীত শব্দৰ ব্যৱহাৰে এটা ভাষাৰ সৌন্দৰ্য্য আৰু ভাৱ প্ৰকাশত যথেষ্ট অৰিহণা যোগায়।
কেইটামান বিপৰীত শব্দ তলত উদাহৰণ স্বৰূপে উল্লেখ কৰা হৈছে। আপোনি যদি কোনো শব্দৰ বিপৰীত শব্দ বিচাৰি পোৱা নাই তেন্তে তলত comment কৰি জনাব পাৰে।
বিপৰীত শব্দ বিপদ - সুৰক্ষিত, সুৰক্ষা
বিপৰীত শব্দ অৰ্থ নিজম - কোলাহল
বিপৰীত শব্দ সহযোগিতা - বিৰোধিতা, বাধা দিয়া
বিপৰীত শব্দ পার্থক্য - মিল
বিপৰীত শব্দ প্ৰাচীন - নৱতম
বিপৰীত শব্দ সপোন - দিঠক
বিপৰীত শব্দ অৰ্থ ধুনীয়া - কুৎসিত
বিপৰীত শব্দ অৰ্থ দিৱস - ৰাতি
বিপৰীত শব্দ অৰ্থ নবীন - প্ৰবীণ
বিপৰীত শব্দ গোমা - ফৰকাল
বিপৰীত শব্দ গোল - চেপেটা
বিপৰীত শব্দ গৌণ - মুখ্য
গৌৰ - কʼলা
গৌৰৱ - লাঘৱ
গ্ৰহণ - বৰ্জন
গ্ৰহীতা - দাতা
ঘঁটিয়া - অঁকৰা
ঘাটি - ৰাহি
চুড়ান্ত - প্ৰাৰম্ভিক
ছয়াময়া - ফটফটীয়া
জধলা - পৰিচ্ছন্ন
জাঁই - বোন্দা
জাকজমক - অনাড়ম্বৰ
গতি - স্থিতি
গম্ভীৰ - চঞ্চল
গৰল - অমৃত
গৰিহণা - প্ৰসংশা
গহৰা - পচোৱা
গহৰি - অবিলম্ব
কদৰ - অনাদৰ
কন্দল - মিল
কপদৰ্কহীন - আঢ্য
কপলীয়া - দুৰ্কপলিয়া
কর্কশ - কোমল
কৰ্মেন্দ্ৰীয় - জ্ঞানেন্দ্ৰীয়
কাজী - থুপৰি
কুন্ধচ, কুশ্ৰী - সুশ্ৰী
কৃশ - স্থুল
কেৰেচা - পোন
কেৰেহুৱা - বুঢ়া
কেহা - মিঠা
কোবাল - ধীৰ
ক্ৰন্দন - হাস্য
খুচুৰা - পাইকাৰী
নিশ্চল - সচল
নিচিন্ত - চিন্তিত
নিশ্চিহ্ন - চিহ্ন
নিছিদ্ৰ - ছিদ্ৰ
নিস্কলক - কলংক
নিস্পাপ - পাপ
নিৰ্বিশেষ - বিশেষ
নিৰ্ভীক - ভিৰু
নিৰ্মেঘ - মেঘাচিহ্ন
নিৰ্জন, নিমাওমাও - কোলাহল
নিৰপেক্ষ - পক্ষপাত
নিবোকা - কথা চহকী
নিগাজি - অস্থায়ী
নপুংসক - পৌৰষ
ধোবা - ধুবুনী
দৈ - এঁৱা
দৈত্য - দেৱতা
দৈহিক - মানসিক
ধনিকা - পতি, স্বামী
ধন্য - অকৃতাৰ্থ
দেৱানী - ফৌজদাৰী
দুষ্কৰ - সুসাধ্য
দুস্কৃতি - সুকৃতি
থলুৱা - বহিৰাগত
তৰাং - গভীৰ
তস্কৰ - সাধু
তাৰল্য - কাঠিন্য
তিমিৰ - পোহৰ
তীক্ষ্ণ - বদুৱা
ডঁৰ - পুৰস্কাৰ
ডঁহচীয়া - পুৰঠ
ডঙুৱা - বিবাহিত
ডলীয়া - লঠা
ঢেলঢেলীয়া - সতেজ
পৰজীৱী - স্বজীৱী
পাৰ্থক্য - সদৃশ
পাশ্চাত্য - প্ৰাচ্য
পৰ - আপোন
পৰকীয় - স্বকীয়
পটু - অকামিলা
পতন - উত্থান
পদকীয়া - গোচৰীয়া
পনীয়া - গোটা
নিস্তেজ - সতেজ
নীহ - উচ্চ
নৈসৰ্গিক - কৃত্ৰিম
ৰদঘাই - চেচুঁকিয়া
ৰাজসিক - তামসিক
ৰুক্ষ - মসৃণ
যুক্তিযুক্ত - অসংগত
যশ - অপযশ
মূৰ্খ - পণ্ডিত
মাখুন্দী, মখনা - দঁতাল
মস্তক - চৰণ
ভৌতিক - ৰাসায়নিক
ভোটা - তীক্ষ্ণ , চোকা
ভোগালী - কঙলী
ভাটি - উজনি
ভূমিকা - পৰিশিষ্ট
ভটিয়া - উজা
বিষয়ী - বৈৰাগী
বিহ, বিষ - অমৃত
বুজন - অবুজন
বুৰ - ওপঙি
বিশ্লেষণ - সংশ্লেষণ
বিয়ৈ - বিয়নী
বক্ষ - পৃষ্ঠ
প্ৰফুল্ল - ম্লান
প্ৰভাত - সন্ধ্যা
প্ৰশংসা - নিন্দা
প্ৰসন্ন - বিসন্ন
প্ৰসাৰণ - সংকোচন
পোলোঙা- জোপোহা
প্ৰচণ্ড - মৃদু
পূৰ্ণিমা - আঁউসী
পূৰ্বাচল - অস্তাচল
শাও - আশীৰ্বাদ
লংঘন - পালন
লনী - ধাদুমী
লিহিৰি - শকত
সাম্য - বৈষম্য
সপ্ৰতিভ - নিস্প্রতিভ
সমষ্টি - ব্যস্তি
সন্মুখ - বিমুখ
সদয় - নিৰ্দয়
সধৰ্মী - বিধৰ্মী
সচিত - নিদ্ৰা
শ্যাম - গৌৰ
ষাঁড় - গাই
সংকীৰ্ণ - বিস্তৃৰ্ণ
শ্ৰেষ্ঠ - নিকৃষ্ট
শুক্ৰাণু - ডিম্বাণু
শুৱলা - কৰ্কশ
শুষ্ক - আৰ্দ্ৰ
সিপুৰি - ইপুৰি
স্বপ্ন - দিঠক
হেবাং - চতুৰ
হোজা - টিমক
হেমাহি - খৰখেদা
হৰ্ষ - বিষাদ
স্বৰ্গ - নৰক
স্থূল - সূক্ষ্ম
সোঁৱৰণ - পাহৰণ
ক্ষতি - লাভ
ক্ষয় - অক্ষয়
ক্ষয়িষ্ণু - বৰ্ধিষ্ণু
ক্ষাৰ - অম্ল
ক্ষিপ্রতা - মন্থৰতা
ক্ষয় - বৃদ্ধি
ক্ষীণকায় - স্থুলকায়
ক্ষুদ্ৰ - বৃহৎ
ক্ষুদ্ৰাকাৰ - বৃহদাকাৰ
ক্ষুদ্ৰায়তন - বৃহদায়তন
ক্ষুধাহীন - ক্ষুধাতুৰ
অতিবৃষ্টি - অনাবৃষ্টি
অনুৰাগ - বিৰাগ
অনুগ্রহ - নিগ্রহ
অভ্যাস - অনভ্যাস।
অলস - পৰিশ্রমী।
উন্নতি - অৱনতি
সঙ্কীর্ণ - উদাৰ
গােচৰীয়া - পদকীয়া।
মিত্ৰ - শত্ৰু
জন্ম - মৃত্যু
নিন্দা - প্ৰশংসা
ৰাতি - দিন
সপোন - দিঠক
ৰাতিপুৱা - গধূলি
জীৱন - মৰণ
ভুল - শুদ্ধ
সুখী - দুখী
আদান - প্ৰদান
আলোকিত - অন্ধকাৰ
মান - অপমান
বহল - ঠেক
লাভ - লোকচান
সুগন্ধ - দুৰ্গন্ধ
মুক্তি - বন্দী
দীঘল - চুটি
শিক্ষিত - অশিক্ষিত
স্বদেশী - বিদেশী
দোষী - নিৰ্দোষী
দূৰত - ওচৰত
নতুন - পুৰণা
বিষ - অমৃত
সজীৱ - নিৰ্জীৱ
দুৰ্বল - সবল
শৃংখল - বিশৃংখল
আকাশ - পাতাল
উত্থান - পতন
ওখ - চাপৰ
ৰক্ষক - ভক্ষক
পাপ - পুণ্য
জয় - পৰাজয়
সৰল - কঠিন
সাৱধান - অসাৱধান
ধনী - দুখীয়া
কৃপণ - দানী
কম্পন - স্থিৰ
অসংখ্য - এক
কঠোৰ - কোমল
কোলাহল - নিস্তব্ধ
কণিষ্ঠ - জেষ্ঠ
সন্তোষ - অসন্তোষ
সন্তুষ্ট - অসন্তুষ্ট
কৰুণ - নিষ্ঠুৰ
ইচ্ছা - অনিচ্ছা
অনুৰাগ - বিৰাগ
আদি - অন্ত
উৎসাহ - নিৰুৎসাহ
ঐক্য - অনৈক্য
অনুজ - অগ্ৰজ
আকৰ্ষণ - বিকৰ্ষণ
এলেহুৱা - উদ্যমী
অধিকতম - নূন্যতম
উৰ্বৰ - অনুৰ্বৰ
বাকী - নগদ
উপস্থিত - অনুপস্থিত
অতিবৃষ্টি - অনাবৃষ্টি
উৎকৃষ্ট - নিকৃষ্ট
উত্তম - অধম
আয় - ব্যয়
স্বাধীন - পৰাধীন
প্ৰত্যক্ষ - পৰোক্ষ
ঘৃণা - প্ৰেম
মৌখিক - লিখিত
সংক্ষেপে - বিস্তাৰিত
ঘাত - প্ৰতিঘাত
মিতব্যয় - অপব্যয়
কৃতজ্ঞ - অকৃত্যজ্ঞ
দুৰ্লভ - সুলভ
ৰুগ্ন - স্বাস্থ্যৱান
আশীৰ্বাদ - অভিশাপ
ক্ষণিক - স্বাশ্বত
শয়ন - জাগৰণ
উষ্ণ - শীত
সক্ৰিয় - নিষ্ক্ৰিয়
আতুৰ - শান্ত
আগন্তুক - বিগত
আৰোহণ - অবৰোহন
আদৰ - অনাদৰ
আহ্বান - বিসৰ্জন
আশা - নিৰাশা
আধুনিক - প্ৰাচীন
আধ্যাত্মিক - ভৌতিক
আস্থা - অনাস্থা
ইহলোক - পৰলোক
উগ্ৰ - সাম্য
উপকাৰ - অপকাৰ
উপায় - নিৰূপায়
গভীৰ - বাম
বনৰীয়া - ঘৰচীয়া
ভদ্ৰ - অভদ্ৰ
বিৰোধ - সমৰ্থন
অজ্ঞ - বিজ্ঞ
শান্তি - অশান্তি
উত্তীৰ্ণ - অনুত্তীৰ্ণ
বিশ্লেষণ - সংশ্লেষণ
পণ্ডিত - মূৰ্খ
নিম্ন - উচ্চ
সভ্য - বৰ্বৰ
সাহসী - ভয়াতুৰ
সংকোচ - নিসংকোচ
সাৰ্থক - নিৰৰ্থক
হিত - অহিত
মিলন - বিচ্ছেদ
জাগ্ৰত - সুপ্ত
স্থাৱৰ - অস্থাৱৰ
জীৱিত - মৃত